বিনা মচলাৰ সুস্বাদু জাতিলাও ভাজি

উপকৰণ:
জাতিলাও এটুকুৰা
বগা সৰিয়হ এচামুছ
নিমখ হালধি জোখমতে
জলকীয়া দুটা
তেল দুই চামুচ

প্ৰণালী:
             জাতিলাও টুকুৰা কুটি লব। এতিয়া কেৰাহী গৰম কৰি তেল দি সৰিয়হৰ ফুৰণ দি লাও খিনি যোগ কৰি লগতে নিমখ, হালধি আৰু জলকীয়া দি ভালদৰে ভাজিব। ভাজিখিনি কম জুইত ঢাকোন দি সিজাব। (ইচ্ছা কৰিলে বিলাহী যোগ দিব পাৰে।) নমাই গৰম ভাতৰ লগত পৰিবেশন কৰক।

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce