তিয়ঁহৰ ৰাইতা

উপকৰণ:
টেঙা মিঠা দৈ একাপ
সৰু তিয়ঁহ এটা
মান ধনীয়া পাত চাৰি খিলা। 
জিৰা গুৰি আধা চামুচ
জালুক গুৰি আধা চামুচ
নিমখ সোৱাদ অনুসৰি

প্ৰণালী: 
             প্ৰথমে দৈ খিনি এটা পাত্ৰত লৈ ফেটি লব। এতিয়া তাৰ লগত ৰুকি লোৱা তিয়ঁহ, কুটি লোৱা মান ধনীয়া, ভাজি লৈ গুৰি কৰি লোৱা জিৰা গুৰি, জালুকৰ গুৰি আৰু নিমখ দি ভালকৈ মিহলাই অলপ সময় ফ্ৰীজত ৰাখি পৰিৱেশন কৰক।

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce